# pm cares (blogs) — RSS Amplifier

Recent posts from the 1 feeds in the RSS Amplifier directory that cover pm cares.

Page: <https://rssamplifier.com/topics/pm-care/blogs>  
Feed: <https://rssamplifier.com/topics/pm-care/blogs.md>

---

## [চৰকাৰী বিজ্ঞাপন : মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰাইড ইষ্টলৈ তিনি বছৰত ২০ কোটিৰো অধিক টকা](https://thecrosscurrent.in/chief-ministers-_wifes_pride_east_has_received_more_than_rs_20_crore_in_three_years/)

_2026-08-21 · Hirak Jyoti Kalita · The CrossCurrent_

২০২১ চনত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহে হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগে লগে অস্বাভাৱিকভাৱে বৃদ্ধি পাই বিজ্ঞাপন আৰু মিডিয়াৰ নামত হোৱা ব্যয়। হিমন্ত বিশ্ব শৰ্মাৰ যোৱা পাঁচ বছৰৰ কাৰ্যকালত অসম চৰকাৰে মিডিয়া আৰু বিজ্ঞাপনৰ নামত ব্যয় কৰিছে মুঠ ৪৬০.৮২ কোটি টকা। তাৰ পূৰ্বে সৰ্বানন্দ সোণোৱালৰ দিনত চৰকাৰে বিজ্ঞাপনৰ নামত ব্যয় কৰিছিল মাত্ৰ ১৪৫ কোটি টকা। তাৎপৰ্যপূৰ্ণভাৱে \[…\] \<p\>The post চৰকাৰী বিজ্ঞাপন : মুখ্যমন্ত্ৰীৰ…

## [পি এম কেয়াৰ্ছৰ ৮ হাজাৰ কোটিৰ পৰা কিমান পাব অসমে ?](https://thecrosscurrent.in/how-much-will-assam-get-from-the-pm-cares-funds/)

_2026-08-20 · Arup Kalita · The CrossCurrent_

অসমৰ প্ৰলয়ংকাৰী বানে অতিক্ৰম কৰিলে এমাহ ৷ এই বানত সৰ্বস্ব হেৰুৱাই পেলালে শিৱসাগৰ , চৰাইদেউৰ হাজাৰ হাজাৰ পৰিয়ালে ৷ কিন্তু এতিয়ালৈকে ক্ষতিগ্ৰস্থ পৰিয়ালে লাভ কৰা নাই ক্ষতিপূৰণ ৷ এটা ব্যৰ্থ ব্যৱস্থাৰ পৰিণতিত বান সাহায্যৰ নামতো সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ তাতোকৈ ডাঙৰ কথা নিৰ্বাচনৰ সময়ত মাহে দুবাৰকৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহমন্ত্ৰী অমিত \[…\] \<p\>The post পি এম কেয়াৰ্ছৰ ৮ হাজাৰ…

## [কেন্দ্ৰই মানি নলয় 20 জুলাইৰ দিল্লী আৰক্ষীৰ বৰ্বৰতা; ক’লে – সেইদিনা সংযমী আছিল দিল্লী আৰক্ষী](https://thecrosscurrent.in/%e0%a6%95%e0%a6%a8%e0%a6%a6%e0%a7%b0-doesnot-accept-brutality-of-delhi-police/)

_2026-08-19 · Arindom Buragohain · The CrossCurrent_

২০ জুলাইত চিজেপিৰ প্ৰতিবাদত কোনো ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। কোনো ছাত্ৰ-ছাত্ৰীৰ হাড় ভগা নাই। আৰক্ষীয়ে যথেষ্ট সংযমেৰে দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ বাবে প্ৰশংসা কৰিব লাগে দিল্লী পুলিছক। এয়া আমাৰ কথা নহয়। এয়া কেন্দ্ৰ চৰকাৰৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য। যি সময়ত দিল্লী আৰক্ষীয়ে পেলেট গান চলোৱাৰ তথ্য চিকিত্সালয়ৰ নথি বা আৰটিআইৰ \[…\] \<p\>The post…

## [কাজিৰঙাৰ পঞ্চতাৰকা হোটেল : মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু চৰকাৰৰ শপতনামাত বিপৰীত ভাষ্য কিয়?](https://thecrosscurrent.in/affidavit-by-govt-of-assam-and-cm-himantas-comment-is-not-simillar-on-5-star-hotel-in-kaziranga/)

_2026-08-19 · Arup Kalita · The CrossCurrent_

কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’ন বিতৰ্কৰ মাজতে চৰ্চালৈ আহিছে দুখনকৈ প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলৰ প্ৰসংগ৷ মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হোটেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, ‘য’ত হোটেলখন নিৰ্মাণ হ’ব, সেয়া কাজিৰঙাৰ ১ কিলোমিটাৰৰ ভিতৰতেই হ’ব৷ ইক’ ছেনজিটিভ জ’ন ১ কিলোমিটাৰ দিলেও হোটেলখন বাচি নাযায়৷ হোটেলখন ইক’ ছেনজিটিভ জ’নৰ ভিতৰতেই থাকিব৷’ মঙলবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব…

## [ইক’ ছেনজিটিভ জ’ন (ESZ) &#8211; কি, কিয় আৰু কাৰ বাবে?](https://thecrosscurrent.in/what-why-and-for-whom-is-esz/)

_2026-08-18 · Arup Kalita · The CrossCurrent_

কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’নক কেন্দ্ৰ কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে৷ বহুতেই কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’নৰ পৰিসীমা হ্ৰাস কৰাৰ বিৰুদ্ধে জনমত গঠন কৰিছে৷ তাৰ মাজতে কাজিৰঙাৰএকাংশ স্থানীয় ৰাইজে ESZৰ পৰিসীমা হ্ৰাস কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে৷ বিতৰ্কৰ মাজলৈ যোৱাৰ পূৰ্বে জানি লও আহক ইক’ ছেনজিটিভ জ’ন আচলতে কি? ২০২২ চনৰ ৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ \[…\] \<p\>The post ইক’ ছেনজিটিভ জ’ন (ESZ) – কি, কিয়…

## [গণতন্ত্ৰৰ বাবে এয়া কিহৰ ইংগিত? ৫৪৩ সাংসদৰ ২৫১ সাংসদৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ](https://thecrosscurrent.in/251-mp-among-543-have-criminal-case-against-them/)

_2026-08-18 · Arindom Buragohain · The CrossCurrent_

অসমৰ ১৪ জন সাংসদৰ ভিতৰত ৩ জন সাংসদৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ পাছতে পোহৰলৈ আহিছে এই তথ্য। অসমৰ উপৰিও লোকসভাৰ ৫৪৩ গৰাকী সাংসদৰ ভিতৰত ২৫১ গৰাকী সাংসদৰ নাম আছে ফৌজদাৰী গোচৰ থকা জনপ্ৰতিনিধিৰ তালিকাত। এই তালিকাত নাম আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ বিৰোধী দলপতি ৰাহুল \[…\] \<p\>The post গণতন্ত্ৰৰ বাবে এয়া কিহৰ ইংগিত? ৫৪৩…

## [ইক’ ছেনজিটিভ জ’ন : সঁচাকৈ ১ কিলোমিটাৰেই সীমা নেকি? কি আছে উচ্চতম ন্যায়ালয়ৰ দুটাকৈ ৰায়ত?](https://thecrosscurrent.in/eco-sensitive-zone-is-1-km-really-the-limit-what-is-in-the-two-supreme-court-judgments/)

_2026-08-17 · Arup Kalita · The CrossCurrent_

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকা বা ইক’ ছেনজিটিভ জ’নৰ দূৰত্ব ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰা হ’ব৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিষয়টোৰ স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰীয়ে কৈছে এইদৰে, “উচ্চতম ন্যায়ালয়ে কৈছে যে ইক’ ছেনজিটিভ জ’ন ১ কিলোমিটাৰতেই থাকিব৷ হ্ৰাস কৰাৰ কথাই নাহে৷ কিলোমিটাৰটোৱেই সীমা৷ যেতিয়ালৈকে চৰকাৰে ইক’ \[…\] \<p\>The…

## [ঝাৰখণ্ডৰ প্ৰতিবাদৰ মাজতে হেমন্ত ছোৰেনলৈ ৰাহুল গান্ধীৰ পত্ৰ](https://thecrosscurrent.in/rahul-gandhi-writes-to-hemant-soren/)

_2026-08-17 · Arindom Buragohain · The CrossCurrent_

চৰকাৰী চাকৰিৰ নিযুক্তি আৰু বিভিন্ন পৰীক্ষাৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ঝাৰখণ্ডত ছাত্ৰ-যুৱ সমাজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ দিন ধৰি ধাৰাবাহিকভাৱে চলি থকা এই আন্দোলনে এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিধানসভা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত আৰক্ষীয়ে নিৰ্বিচাৰ লাঠীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পিছতে পৰিস্থিতি…

## [৮ বছৰে দিখৌৱে কান্দিলে নীৰৱে : অসম চৰকাৰ অপৰাধী নহ’ব কিয়?](https://thecrosscurrent.in/stone-excavation-from-dikhow-riber-bank-continues-from-last-8-years/)

_2026-08-16 · Arup Kalita · The CrossCurrent_

অৱশেষত নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোঁহায়ে স্বীকাৰ কৰি ল’লে যে তেওঁৰ সমষ্টিত অবৈধ শিল খনন চলিছিল৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহুবৰ, চণ্টক আদিত শিল খননৰ কোনো কাৰবাৰ নাই বুলি কৰা ৰাজহুৱা মন্তব্যকো নস্যাৎ কৰিছে ময়ূৰ বৰগোঁহাইৰ স্বীকাৰোক্তিয়ে৷ অৱশ্যে নাজিৰাৰ বিধায়কগৰাকীয়ে কেৱল বিবাদমান অঞ্চলতহে শিল খনন চলা বুলি কৈ অৰ্ধ সত্যৰ আশ্ৰয় লৈছে৷ অসমৰ চাৰিসীমাৰ ভিতৰত থকা মাদ্ৰাজী বস্তি, \[…\] \<p\>The…

## [টাটা, মাৰুতি, মহিন্দ্ৰাও E20 পেট্ৰ&#8217;লকলৈ কম্পিত!](https://thecrosscurrent.in/tata-maruti-and-even-mahindra-are-rattled-by-e20-petrol/)

_2026-08-14 · Kakoli Borgohain · The CrossCurrent_

কাৰ ওপৰত কৰিব ভৰষা? E20ক লৈ এতিয়াও উত্তাল সমগ্ৰ দেশ। E20 ইন্ধনৰ ব্যৱহাৰে ক্ষতি কৰিছে দেশৰ জনসাধাৰণৰ বাহন। এই চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ অটোমোবাইল কোম্পানীসমূহৰ মাজত অনুষ্ঠিত হয় এখন সংবাদমেল। এই সংবাদমেলত কয়-E20 মিহলি পেট্ৰ’লক লৈ কোনো চিন্তাৰ কাৰণ নাই। কিন্তু শেহতীয়াকৈ ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, মাৰুতি ছুজুকি, টাটা ম’টৰ্ছ আৰু \[…\] \<p\>The post টাটা, মাৰুতি, মহিন্দ্ৰাও E20…

## [100,000 Bonus Points Await You (Sponsored)](https://crawlproof.com/a/MAE2g37c4W7r)

_2026-08-14 · **Sponsored**_

Earn 100,000 bonus points after spending $5,000 in the first 3 months.

## [নালছাৰ বিতৰ্ক : ১২ বছৰে কিদৰে BCIৰ অধ্যক্ষ হৈ আছে বিজেপি সাংসদ মনন কুমাৰ মিশ্ৰ?](https://thecrosscurrent.in/how_has_bjp_mp_manan_kumar_mishra_been_the_chairman_of_the_bci_for_12_years/)

_2026-08-14 · Hirak Jyoti Kalita · The CrossCurrent_

দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য্যকান্তৰ এটা মন্তব্যক কেন্দ্ৰ কৰি গঠন হৈছিল CJP ৰ। সেই CJP-এ পৰৱৰ্তী সময়ত দেশজুৰি আৰম্ভ কৰিছিল আন্দোলন। দিল্লীৰ যন্তৰ-মন্তৰত প্ৰায় ৫০ দিন ধৰি চলা আন্দোলনৰ পৰিপ্ৰক্ষিতত শিক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ধৰ্মেন্দ্ৰ প্ৰধানে। একে সময়তে মুখ্য ন্যায়াধীশকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল যুৱ সমাজে। তেনে এক পৰিৱেশত হায়দৰাবাদ নাছলাৰ আইন \[…\] \<p\>The post নালছাৰ…

