RSS Amplifier

News source

নিয়মীয়া বাৰ্তা

অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

niyomiyabarta.comSource feed ↗73 articles

Overdue Last read · last published · next check
Last read 4 hours ago, longer than this feed's 1 hour schedule.

Latest articles

আজিৰে পৰা আৰম্ভ মহিলা টি-২০ এছিয়া কাপ

আজি, ২৮ আগষ্টৰ পৰা আৰম্ভ হব মহিলা টি-২০ এছিয়া কাপ ২০২৬। সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতাখন মহিলা এছিয়া কাপৰ ১০ম সংস্কৰণ আৰু টি-২০ ফৰ্মেটৰ ষষ্ঠ সংস্কৰণ। এইবাৰৰ প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানকে ধৰি মুঠ ৮টা দলে অংশগ্ৰহণ কৰিছে। ২৮ আগষ্টৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া প্ৰতিযোগিতাখনত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব। মহিলা এছিয়া কাপ […] The post আজিৰে পৰা আৰম্ভ মহিলা টি-২০ এছিয়া কাপ…

ভাৰত চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে তালিকাভুক্ত বৰ্ণালী ডেকা

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। জ্যেষ্ঠ IAS বিষয়া ড° বৰ্ণালী ডেকাই এক নতুন অভিলেখ গঢ়ি ভাৰত চৰকাৰৰ যুটীয়া সচিব (Joint Secretary) পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইউনিয়ন চৰকাৰৰ উচ্চপদস্থ প্ৰশাসনিক পদসমূহত নিযুক্তিৰ বাবে তেওঁৰ এম্পেনেলমেণ্টত অনুমোদন জনাইছে। কেন্দ্ৰীয় ডেপুটেশ্যনত যোৱাৰ পূৰ্বে ড° বৰ্ণালী ডেকাই অসমৰ […] The post…

চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তান-কিৰ্গিজস্তানলৈ প্ৰধানমন্ত্ৰী মোদী

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ কৌশলগত আৰু দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উজবেকিস্তান আৰু কিৰ্গিজস্তান ভ্ৰমণলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্ৰমণসূচী অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমতে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শভকাট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে তাছখন্দত উপস্থিত হ’ব। যাত্ৰাৰ পূৰ্বে…

এছিয়ান গেমছৰ ব্যৱস্থাক লৈ অসন্তুষ্ট ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : আগন্তুক এছিয়ান গেমছৰ ব্যৱস্থাক লৈ অসন্তুষ্ট ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড ৷ প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া খেলুৱৈসকলক জাপানত থকাৰ যি ধৰণৰ ব্যৱস্থা কৰা হৈছে, বিচিচিআয়ে হয়তো শ্রেষ্ঠ ক্রিকেটাৰক নপঠিওৱাৰ অধিক সম্ভাৱনা আছে৷ বিচিচিআইৰ বিষয়াসকলে প্রতিযোগিতাখনৰ বাবে এটা দ্বিতীয় স্তৰৰ দল পঠিওৱাৰ চিন্তা–চর্চা কৰিছে৷ সূত্র অনুসৰি জাপানত ক্রিকেটাৰসকলৰ বাবে যি আন্তঃগাঁথনিৰ…

জম্মু-কাশ্মীৰৰ পুঞ্চত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহযুক্ত পাক ড্ৰ’ন

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : জম্মু-কাশ্মীৰৰ পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ সীমান্তৱৰ্তী অঞ্চলত শুকুৰবাৰে (২৮ আগষ্ট, ২০২৬) নিশা প্ৰত্যক্ষ কৰা হয় এক সন্দেহযুক্ত পাকিস্তানী ড্ৰ’ন। খবৰ অনুসৰি, এই ঘটনাৰ পৰৱৰ্তী সময়ত শনিবাৰে পুৱাৰ পৰাই সুৰক্ষা বাহিনীয়ে সীমান্ত অঞ্চলসমূহত ব্যাপক তালাচী অভিযান আৰম্ভ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মেণ্ডাৰ […] The…

যোৰহাটৰ য়শ কাণ্ড : আত্মসমৰ্পণ অন্যতম অভিযুক্ত জিতেন্দ্ৰৰ

যোৰহাটৰ চাঞ্চল্যকৰ য়শ কাণ্ডৰ তদন্তত নতুন মোৰ। এই ঘটনাৰ আন এজন অভিযুক্ত জিতেন্দ্ৰ সোমানীয়ে অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। জানিব পৰা মতে, জিতেন্দ্ৰ সোমানী এটা নিউজ প’ৰ্টেলৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল। মূল অভিযুক্ত য়শ আগৰৱালাই নিজৰ গৃহতে সংঘটিত কৰা বৃহৎ লুটপাতৰ ঘটনাত জিতেন্দ্ৰ সোমানীয়ে সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, য়শ আগৰৱালাই নিজৰ […] The post যোৰহাটৰ য়শ কাণ্ড :…

আমেৰিকাৰ সৈতে ভাৰতৰ বৃহৎ প্ৰতিৰক্ষা চুক্তি…

ডিজিটেল ডেস্ক, ২৯ আগষ্ট : আমেৰিকাৰ সৈতে বৃহৎ প্রতিৰক্ষা চুক্তিৰ দিশে ভাৰত৷ এইবাৰ ভাৰতীয় সেনাৰ হাতলৈ আহিব কান্ধত লৈ ফুৰিব পৰা টেংক ধ্বংসকাৰী জেভলিন মিছাইল৷– শুকুৰবাৰে এই তথ্য প্রকাশ কৰে ভাৰতত নিযুক্ত মার্কিন ৰাষ্ট্রদূত ছার্জিঅ’ গোৰে৷ তেওঁ কয়, ‘এই চুক্তি ভাৰত–মার্কিন প্রতিৰক্ষা সম্পর্কৰ ক্ষেত্রত এক বৃহৎ পদক্ষেপ৷’ সকলো ঠিকে–ঠাকে থাকিলে ‘আত্মনির্ভৰ ভাৰত’ৰ আওতাত মার্কিন সহযোগিতাৰে […] The post আমেৰিকাৰ…

ডিব্রুগড় জিলা আদালতত পিয়ন–চকীদাৰৰ চাকৰি

ডিব্রুগড় জিলা আদালতত পিয়ন–চকীদাৰৰ চাকৰি সংস্থাৰ নাম- ডিব্রুগড় জিলা আদালত৷ মুঠ পদৰ সংখ্যা- ৩টা৷ পদৰ বিৱৰণ- পিয়ন–১টা, দিনৰ চকীদাৰ–১টা, ৰাতিৰ চকীদাৰ–১টা৷ অর্হতা- অষ্টম শ্রেণী উত্তীর্ণ৷ দৰমহা- পে’ বেণ্ড ১২,০০০ৰ পৰা ৫২,০০০টক + গ্রেড পে’ ৩,৯০০ টকা প্রতিমাহে৷ বয়স- ১৮–৪০ বছৰ৷ বয়সৰ শিথিলতা- অ’বিচি/এমঅ’বিচি–৩ বছৰ৷ অনুসূচিত জাতি/অনুসূচিত জনজাতি–৫ বছৰ৷ পিডব্লিউবিডি–১০ বছৰ৷ চাকৰিৰ ধৰণ- পূর্ণকালীন৷ আবেদনৰ…

নেপাল প্ৰলয়ৰ Update : ৬২৬জনৰ প্ৰাণহানি, দুই সহস্ৰাধিক  সন্ধানহীন

নেপাল-চীন সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলত বুধবাৰে সংঘটিত ভয়ংকৰ বানত এতিয়ালৈকে কমেও ৬২৬জন লোকৰ মৃত্যু হৈছে আৰু ২,৪৭৮জন লোক সন্ধানহীন হৈ আছে। অধিক বানৰ আশংকাৰ মাজতে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ভয়ংকৰ বানত হিমালয় অঞ্চলৰ বহু পথ আৰু দলং ক্ষতিগ্ৰস্ত হোৱাৰ পিছত যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে নেপালে ভাৰত আৰু চীনৰ পৰা বেইলি ব্ৰীজ বিচাৰিছে বুলি দেশখনৰ […] The post নেপাল প্ৰলয়ৰ Update : ৬২৬জনৰ…

Toxic Review : য়শৰ ষ্টাইলে জিনিলে মন, কিন্তু কাহিনীয়ে ৰাখিলে প্ৰশ্ন!

‘মোৰ মাতৃভাষা হিংসা’—য়শৰ এই সংলাপটোৱেই ছবিখনৰ ভাষা আৰু মেজাজ বুজাবলৈ যথেষ্ট। কিন্তু সমস্যাটো হ’ল, হিংসাৰ এই অতিৰঞ্জনৰ মাজত আৱেগ যেন বহু পিছ পৰি ৰৈছে। য়শৰ দৰে ‘ৰকিং ষ্টাৰ’, ষ্টাইলিছ একচন, হাই-ভল্টেজ ড্ৰামা, অত্যাধুনিক VFX আৰু একাধিক নায়িকা থকা ছবিখনৰ পৰা ধামাকাদাৰ বিনোদনৰ আশা কৰাটো স্বাভাৱিক। প্ৰায় ৫০০ কোটি টকা বাজেটত নিৰ্মিত এই ছবিখনত গুলী-বাৰুদ আৰু […] The post Toxic Review : য়শৰ ষ্টাইলে জিনিলে…

শ্ৰীভূমি জিলা কাৰাগাৰত বৃদ্ধি পাইছে HIV আক্ৰান্ত বন্দীৰ সংখ্যা

শ্ৰীভূমি জিলা কাৰাগাৰত বৃদ্ধি পাইছে HIV আক্ৰান্ত বন্দীৰ সংখ্যা। কাৰাগাৰত বন্দী হৈ থকা ১১ জন কয়দীৰ দেহত HIV সংক্ৰমণ ধৰা পৰিছে। আক্ৰান্তসকলৰ ভিতৰত এগৰাকী মহিলা বন্দীও আছে বুলি জানিব পৰা গৈছে। শ্ৰীভূমি জিলা কাৰাগাৰত HIV সংক্ৰমণৰ ঘটনাই সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। কাৰাগাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, বৰ্তমান কাৰাগাৰখনত ৪৪৫জন বন্দী আছে। ইয়াৰে ১১জন HIV আক্ৰান্ত […] The post শ্ৰীভূমি জিলা কাৰাগাৰত…

শিক্ষা বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড! অস্থায়ী শিক্ষকেৰে ৬টাকৈ শ্ৰেণীৰ পাঠদান

শিক্ষা বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড! স্থায়ী শিক্ষক অবিহনে এগৰাকী অস্থায়ী শিক্ষকেৰে চলি আছে ৬টাকৈ শ্ৰেণীৰ পাঠদান –জীয়া কাহিনী ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ গাতে লাগি থকা এখন চৰকাৰী বিদ্যালয় চলিছে স্থায়ী শিক্ষক অবিহনে! অবিশ্বাস্য যদিও সত্য এই ঘটনা। এগৰাকী অস্থায়ী শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে ৬২৯নং দীঘলটাৰী ছোৱালী নামৰ সেই […]…

নেপালৰ প্ৰলয়ত ৪৭০ৰো অধিক লোকৰ প্ৰাণহানি, সহস্ৰাধিক সন্ধানহীন

হিমালয়ৰ নেপাল-তিব্বত সীমান্ত অঞ্চলত ভয়ংকৰ বান আৰু হিমবাহ খহি পৰাৰ ফলত মৃতকৰ সংখ্যা ৪৭০ৰো অধিক হৈছে। দুয়োখন দেশতে উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনত ৪৬৯জন লোকৰ মৃত্যু নিশ্চিত হৈছে, আনহাতে ৯৭৭জন এতিয়াও সন্ধানহীন। চীনৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, তিব্বতত কমেও ৩জন লোকৰ মৃত্যু হৈছে আৰু ৫৫৮জন সন্ধানহীন হৈ আছে। […] The post নেপালৰ প্ৰলয়ত ৪৭০ৰো…

এইমছ গুৱাহাটীত ৬৩টা অধ্যাপক পদত নিযুক্তিৰ সুযোগ

এইমছ গুৱাহাটীত ৬৩টা অধ্যাপক পদত নিযুক্তিৰ সুযোগ সংস্থাৰ নাম- অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ (এইমছ), গুৱাহাটী৷ পদৰ সংখ্যা- ৬৩টা৷ পদৰ বিৱৰণ- (ক) অধ্যাপক–১৭টা৷ (খ) অতিৰিক্ত অধ্যাপক– ১৬টা৷ (গ) সহযোগী অধ্যাপক–১৩টা৷ (গ) সহকাৰী অধ্যাপক–১৭টা৷ অর্হতা- ১৯৫৬ চনৰ ভাৰতীয় চিকিৎসা পৰিষদ আইনৰ তৃতীয় অনুসূচীৰ বা দ্বিতীয় অংশত অন্তর্ভুক্ত চিকিৎসা অর্হতা (তৃতীয় অনুসূচীৰ দ্বিতীয় অংশত অন্তর্ভুক্ত অর্হতা […]…

চেঙাত পানীত পৰি নিৰুদ্দিষ্ট মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত কাশিমপুৰত কালি ব্ৰহ্মপুত্ৰৰ সুঁতি নৈত নিৰুদ্দেশ হোৱা মাতৃ-পুত্ৰক মৃত অৱস্থাত আজি কাছুমাৰা থানাৰ এলেকাধীন মৈৰাদিয়া আৰু আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত নিচানৰচৰত সূতি নৈ খনৰ পৰা উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কালি কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাশিমপুৰ গাঁৱৰ আইজ উদ্দিনৰ পত্নী কংকনা […] The post চেঙাত পানীত পৰি…

গুৱাহাটী হাইক’ৰ্টত পুনৰ মুখ থেকেচা সিদ্ধাৰ্থ শৰ্মাৰ

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ মুখ থেকেচা খাবলগীয়া হ’ল সিদ্ধাৰ্থ শৰ্মাই। ছিংগাপুৰৰ কৰনাৰ্ছ ৰিপ’ৰ্ট জুবিন হত্যাৰ গোচৰৰ সৈতে সংলগ্ন কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰক লৈ উচ্চ ন্যায়ালয়ত শুকুৰবাৰে শুনানি অনুষ্ঠিত হয়। এই শুনানিত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদন আৰু সিদ্ধাৰ্থ শৰ্মাই […] The post…

জুবিন ক্ষেত্ৰত বজ্ৰ পৰি ভাঙিল প্ৰাণৰ শিল্পীৰ বিশাল কাটআউট, মহিলা আহত

আজি পুৱাৰ ভাগত সোণাপুৰ জুবিন ক্ষেত্ৰত এক অঘটন সংঘটিত হয়। বজ্ৰপৰি ভাঙি পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশাল কাটআউট পোষ্টাৰ। লগতে সামান্যভাৱে আহত হয় তিনিগৰাকী মহিলা। ঘটনা অনুসৰি পুৱা প্ৰায় ৫ বজাত জুবিন ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াই অহা স্থানীয় কেইবাগৰাকী মহিলাই জুবিন ক্ষেত্ৰৰ চৌহদটো চাফ-চিকুণ কৰি আছিল। তেনে সময়তে বিজুলী ঢেৰেকনিৰে প্ৰৱল বৰষুন […] The post জুবিন ক্ষেত্ৰত বজ্ৰ পৰি ভাঙিল…

দিল্লীত ISI-সমৰ্থিত পাকিস্তানী চোৰাংচোৱা চক্ৰ উৎখাত, গ্ৰেপ্তাৰ দম্পতী

দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে শুকুৰবাৰে পাকিস্তানৰ পৰা পৰিচালিত আৰু দেশখনৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা ISIৰ সমৰ্থিত এটা চোৰাংচোৱা চক্ৰ উৎখাত কৰাৰ দাবী কৰিছে। এই গোচৰত দিল্লীৰ এটা দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, বিগত দুবছৰ ধৰি দম্পতীটোৱে এই নেটৱৰ্কৰ হৈ কাম কৰি আহিছিল। গ্ৰেপ্তাৰ হোৱা দুজন হৈছে ২৫ বছৰীয়া মহম্মদ ছাহিল আৰু তেওঁৰ ২১ বছৰীয়া পত্নী […] The post দিল্লীত ISI-সমৰ্থিত পাকিস্তানী…

জুৰিখ ডায়মণ্ড লীগত ৯২.০৭ মিটাৰ জেভলিন নিক্ষেপ ৰুমেশৰ

শ্ৰীলংকাৰ ৰুমেশ পাথিৰাগেই পুৰুষৰ জেভলিন থ্ৰ’ত পুনৰ নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিলে। শুকুৰবাৰে অনুষ্ঠিত জুৰিখ ডাইমণ্ড লীগ ২০২৬ত ৯২.০৭ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি জয়লাভ কৰে ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে। লেটজিগ্ৰুণ্ড ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত পাথিৰাগেই শেষ ৰাউণ্ডত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে ৯২ মিটাৰৰ সীমা অতিক্ৰম কৰি সহজেই শীৰ্ষস্থান দখল কৰে তেওঁ। কমনৱেলথ গেমছৰ…

বেংক অৱ বৰোদাত ২,৪৮২টা এলবিঅ’ পদৰ চাকৰি

পদৰ নাম- স্থানীয় বেংক বিষয়া৷ পদৰ সংখ্যা- ২,৪৮২টা৷ অসমৰ বাবে পদ- ৪০টা (অসমীয়া/বড়ো)৷ অর্হতা- স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হোৱা৷ বিষয়া হিচাপে ন্যূনতম ১ বছৰৰ অর্হতাৰ পিছৰ অভিজ্ঞতা থাকিব লাগিব৷ বয়স- ১ আগষ্ট, ২০২৬ তাৰিখে ২১ৰ পৰা ৩০ বছৰ৷ বয়সৰ শিথিলতা- অনুসূচিত জাতি/অনুসূচিত জনজাতি–৫ বছৰ৷ অ’বিচি– ৩ বছৰ৷ পিডব্লিউডি (অসংৰক্ষিত)–১০ বছৰ৷ পিডব্লিউডি (অ’বিচি)– ১৩ […] The post বেংক অৱ…

ক্ৰমাৎ বৃদ্ধি নেপালত ভয়ংকৰ বানত মৃতকৰ সংখ্যা

নেপালত ভয়ংকৰ বানত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। আৰক্ষীৰ তথ্য অনুসৰি, সন্ধিয়া ৫ বজালৈকে দেশখনৰ ৮খন জিলাৰ পৰা মুঠ ৩৫৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নেপাল আৰক্ষীৰ মুখপাত্ৰই এক পোষ্টযোগে মৃতকৰ সংশোধিত সংখ্যা নিশ্চিত কৰিছে। শেহতীয়া তথ্য অনুসৰি, ৰাছুৱাৰ পৰা ১৭টা, নুৱাকোটৰ পৰা ২৮টা, ধাদিঙৰ পৰা ৩৩টা, চিতৱানৰ পৰা ১৩২টা, গোৰখাৰ পৰা ৩০টা, তানাহুনৰ পৰা ২২টা, […] The post ক্ৰমাৎ বৃদ্ধি নেপালত ভয়ংকৰ বানত মৃতকৰ…

বজালীৰ পিতৃ-মাতৃহাৰা গিতুমণি-বিকিৰ পঢ়াৰ খৰচ বহন বজালীৰ বিধায়কৰ

সংবাদ মাধ্যমৰ এটা বাতৰিয়ে যে বিপদাপন্ন পৰিয়ালৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে, তাৰেই এক মানৱীয় নিদৰ্শন দাঙি ধৰিছে বজালীৰ পিতৃ-মাতৃহাৰা ভাতৃ-ভগ্নীৰ ঘটনাই। যোৱা ২২ আগষ্টত ‘নিয়মীয়া বাৰ্তা’ কাকতত সবিস্তাৰে প্ৰকাশ পোৱা বাতৰিৰ পিছতে পিতৃ-মাতৃক হেৰুৱাই ককা-আইতাকৰ আশ্ৰয়ত অনিশ্চিত ভৱিষ্যতৰ সৈতে দিন পাৰ কৰা দুই ভাতৃ-ভগ্নীৰ কাষত থিয় দিছে বিভিন্নজন। উল্লেখ্য যে বজালী জিলাৰ ভোটান্ত […] The post…

জয়ৰ দুৱাৰডলিত থমকিল টীম ইণ্ডিয়া, ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় টেষ্ট ড্ৰ

ভাৰত বনাম শ্ৰীলংকাৰ দ্বিতীয় টেষ্ট মেচখন ড্ৰ’ৰে সমাপ্ত হৈছে। ভাৰতীয় বলাৰসকলে শ্ৰীলংকাৰ বেটছমেন সোনাল ডিনুষাক আউট কৰাৰ কোনো উপায় বিচাৰি নাপালে। ডিনুষাই অপৰাজিত ১৩৩ ৰান সংগ্ৰহ কৰে। আজিৰ দিনটোৰ খেল আৰম্ভ হোৱাৰ সময়ত শ্ৰীলংকাৰ হাতত আছিল মাত্ৰ ১৬ ৰানৰ অগ্ৰগতি আৰু ৪টা উইকেট। এনে পৰিস্থিতিত ভাৰতীয় বলাৰসকলে শ্ৰীলংকাৰ নিম্নক্ৰমৰ বেটছমেনসকলক সোনকালে আউট কৰি মেচখন নিজৰ […] The post জয়ৰ দুৱাৰডলিত থমকিল টীম…

বিতৰ্কিত যুৱকৰ আক্ৰমণত আহত ডেম্পৰ স্বত্বাধিকাৰী

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চহৰৰ মাজ মজিয়াত কালি নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি দিনৰ ভাগত উত্তপ্ত হৈ পৰে নাহৰকটীয়া চহৰ। উল্লেখযোগ্য যে এই ঘটনাত কালি দীপক গুপ্তা নামৰ এগৰাকী ডেম্পৰ স্বত্বাধিকাৰীক নিশা দাৰে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলাই চহৰ খনৰ মাজমজিয়াৰ ৰেল গেটৰ সমীপৰ এজন বিতৰ্কিত যুৱকে। ঘটনাস্থলীৰ পৰা লাভ কৰা তথ্য […] The post বিতৰ্কিত যুৱকৰ আক্ৰমণত আহত ডেম্পৰ…

মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ইয়াৰ মাজতে মাজুলীৰ ঐতিহ্য আৰু আধ্যাত্মিকতাৰ সৈতেও একাত্ম হোৱা…

পুটিন-জিনপিংসহ বিশ্বৰ শীৰ্ষ নেতাৰ সমাগম!, নতুন দিল্লীত BRICS সন্মিলন

২০২৬ৰ BRICS শীৰ্ষ সন্মিলনৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। মন্ত্ৰালয়ে জনোৱা অনুসৰি, BRICSৰ অধ্যক্ষ হিচাপে ভাৰতে ১২ আৰু ১৩ ছেপ্টেম্বৰ ২০২৬ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলন আয়োজন কৰিব। সন্মিলনত BRICSৰ সদস্য আৰু অংশীদাৰ দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ লগতে আউটৰিচ কাৰ্যসূচীৰ বাবে আমন্ত্ৰিত দেশসমূহৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা…

কানপুৰত বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট-সহ:পাইলটৰ থিতাতে মৃত্যু

বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ কানপুৰত এখন ব্যক্তিগত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত পাইলট আৰু সহঃ পাইলট দুয়োগৰাকীৰ থিতাতে মৃত্যু ঘটে। বিষয়টো আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে নিশ্চিত কৰিছে। জানিব পৰা মতে, গংগা বেৰেজৰ সমীপৱৰ্তী এটা পথাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বিমানখন Garg Aviationৰ বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠানটোৱে […] The post…

মানসজ্যোতিৰ মৃত্যুৰ তদন্তত তৎপৰ আৰক্ষী, ৫জনক আটক

বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত অধিক তীব্ৰতৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ঘটনাটোৰ গভীৰ তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত শিৱসাগৰ আৰক্ষীয়ে ৫জন লোকক আটক কৰিছে। আটকাধীন লোককেইজন হৈছে— আবিদুৰ ৰহমান, চুবেৰা বেগম, ছেলিমুৰ ৰহমান, ছেলিমা বেগম আৰু আনোৱাৰা […] The post মানসজ্যোতিৰ…

উজনি অসমৰ ভয়াৱহ বানৰ ন্যায় বিচাৰি হাইক’ৰ্টৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত শেহতীয়াকৈ সংঘটিত ভয়াৱহ বানক লৈ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰি তেওঁ এই বান মানৱ সৃষ্ট বুলি অভিযোগ কৰাৰ লগতে ই কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰং চৰকাৰী গাফিলতি, অবৈধ […] The post উজনি অসমৰ ভয়াৱহ বানৰ…

বোকাখাতত স্কুল বাছ দুৰ্ঘটনাত আহত শিক্ষয়িত্ৰীসহ শিক্ষাৰ্থী

বোকাখাতৰ লখৌজানত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। খুমটাইৰ পৰা বোকাখাত অভিমুখে আহি থকা বোকাখাত খ্ৰীষ্টজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্কুল বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে, AS 05 D 6622 নম্বৰৰ স্কুল বাছখনত তিনিগৰাকী শিক্ষয়িত্ৰীৰ লগতে প্ৰায় ৩৫গৰাকী ছাত্ৰ-ছাত্ৰী আছিল। বোকাখাত অভিমুখে আহি থকা বাছখনক বিপৰীত দিশৰ পৰা অহা AS 01 UC 0363 […] The post বোকাখাতত স্কুল বাছ দুৰ্ঘটনাত আহত…

দুধনৈত ব্যৱসায়ীক গুলীচালনা কাণ্ড, আবু চায়েদৰ ভাতৃসহ দুজনক কৰায়ত্ত

দেওবাৰে (২৩ আগষ্ট) নিশা দুধনৈৰ দামৰাত ব্যৱসায়ী আবু চায়েদক গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ডসহ দুজনক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ গুলীবিদ্ধ ব্যৱসায়ী আবু চায়েদৰ নিজ ভাতৃয়ে ৰচিছিল হত্যাৰ পৰিকল্পনা ! আজি পুৱতি নিশা আবু চায়েদৰ ভাতৃ শ্বাহবুল ইছলাম আৰু তেওঁৰ সহযোগী নায়েব আলীক কৰায়ত্ত কৰে আৰক্ষীয়ে । মাষ্টাৰ মাইণ্ড শ্বাহবুলে চুপাৰি কিলাৰৰ হতুৱাই এই […] The post দুধনৈত ব্যৱসায়ীক গুলীচালনা কাণ্ড,…

অৰুণাচল প্ৰদেশৰ ৱালঙত ৮৫টা পখিলাৰ প্ৰজাতি নথিভুক্ত

অৰুণাচল প্ৰদেশৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ আনজাও জিলাৰ ৱালং অঞ্চলত প্ৰকৃতিপ্ৰেমীৰ এক অনুসন্ধানত প্ৰায় ৮৫টা প্ৰজাতিৰ পখিলা নথিভুক্ত কৰা হৈছে। এই অনুসন্ধানে অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰিছে। পাহাৰীয়া বনাঞ্চল, নদ-নদী,জান-জুৰি আৰু বিভিন্ন উদ্ভিদেৰে সমৃদ্ধ ৱালং পখিলাৰ বাবে এক উপযুক্ত বাসস্থান। উল্লেখযোগ্য যে অলপতে অসমৰ বিভিন্ন ঠাইৰ পৰা একত্ৰিত হোৱা বন্যপ্ৰাণী…

বৰপেটা সত্ৰত APL চেম্পিয়ন বৰপেটা ব্ৰেভছ

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগ (এপিএল) ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন বৰপেটা ব্ৰেভছ দল আজি বৰপেটাত উপস্থিত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ। গুৱাহাটীৰ পৰা বৰপেটাত উপস্থিত হৈ দলটোৱে পোনে পোনে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হয়। দলটোৰ খেলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাসকলক আদৰণি জনাবলৈ সত্ৰৰ দালানৰ সন্মুখত বহু লোকৰ সমাগম ঘটে। সত্ৰীয়া […] The post বৰপেটা…

Blinkit-ৰ কৰ্মচাৰীক প্ৰহাৰ নগাঁও DPSৰ প্ৰশাসকৰ!

নগাঁৱত DPSৰ এগৰাকী প্ৰশাসকৰ বিৰুদ্ধে গুৰুতৰ গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, Blinkitৰ এজন কৰ্মচাৰীক ৰাজপথতে প্ৰহাৰ কৰাৰ লগতে আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱা হয়। ঘটনাটোক কেন্দ্ৰ কৰি নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, DPSৰ প্ৰশাসক অনোৱাৰ পাৰভেজে Blinkitৰ কৰ্মচাৰী ধীৰাজ বৰাক ৰাজপথতে প্ৰহাৰ কৰাৰ লগতে আঁঠু কাঢ়িবলৈ বাধ্য কৰে। এই ঘটনাৰ পিছতে ভুক্তভোগী Blinkitৰ […] The post…

গুগল মেপত অৰুণাচলত অন্তর্ভুক্ত অসমৰ ভূমি, দুই ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী

জোনাইৰ অসম-অৰুণাচল প্রদেশ সীমান্তৱৰ্তী অঞ্চলত অসমৰ ভূমি গুগল মেপত অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে প্রদর্শিত হোৱাক কেন্দ্ৰ কৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টোক লৈ বিভিন্ন দল-সংগঠনৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ একাংশ স্থানীয় ৰাইজৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে। অভিযোগ অনুসৰি, জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰুকচিন চেকগেটৰ পৰা ঐৰামঘাটলৈকে প্রায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলত অসমৰ ফালে থকা…

আগমনিত বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত আজি আগমনি বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বিষখোৱা তৃতীয় খণ্ড আৰু কানুৰী দ্বিতীয় খণ্ডত দীৰ্ঘদিন ধৰি বিদ্যুতৰ অনিয়মীয়া যোগানক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, প্ৰচণ্ড গৰমৰ মাজতো আগমনি বৈদ্যুতিক উপ-সংমণ্ডলৰ পৰা দিনে-নিশাই মাত্ৰ ৪-৫ ঘণ্টাহে…

জটিল ৰোগত আক্ৰান্ত ১১ বছৰীয়া পঞ্চীৰ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্ক, ২৫ আগষ্ট : ”মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই… মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।”— চকুৰ পানী টুকি টুকি নগাঁও জিলাৰ জুৰীয়া চামধৰাৰ পঞ্চম শ্ৰেণীৰ কণমানি ছাত্ৰী পঞ্চী শইকীয়াই কৰা এই আকুল আহ্বান অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰ পালে। ভাগিনৰ এই বিননিয়ে স্পৰ্শ কৰিলে […] The post জটিল ৰোগত আক্ৰান্ত ১১ বছৰীয়া পঞ্চীৰ চিকিৎসাৰ দায়িত্ব ল’লে…

GMCH-ৰ ভূমি বেদখল : আভ্যন্তৰীণ তদন্ত সমিতিৰ জৰীপত ভয়ংকৰ তথ্য

জনসাধাৰণৰ চিকিৎসা সুবিধাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ উদ্যোগত ১৯৬০ চনত আৰম্ভ হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ যাত্রা৷ প্রথমাৱস্থাত জালুকবাৰীৰ পৰা যাত্রা আৰম্ভ কৰা জিএমচিএইচক ১৯৮৪ চনত নৰকাসুৰ পাহাৰত নির্মাণ কৰা স্থায়ী ভৱনলৈ স্থানান্তৰিত কৰা হয়৷ প্রতিষ্ঠা কালৰে পৰা ৰাজ্যৰ ভিতৰতে অগ্রণী চিকিৎসালয়ৰূপে সমাদৰ লাভ কৰা জিএমচিএইচে বর্তমানলৈকে বহুজনক চিকিৎসা সেৱা আগবঢ়াইছে৷ কিন্তু আশ্চর্যজনক…

দেশত হঠাৎ বৃদ্ধি চেনিৰ দাম, উৎসৱৰ পূৰ্বে চিন্তাত গ্ৰাহক

দেশত চেনিৰ দামত হঠাৎ তীব্ৰ বৃদ্ধি দেখা গৈছে। ডাঙৰ চহৰসমূহত এক কিলোগ্ৰাম চেনি ক্ৰয় কৰিবলৈ প্ৰায় দুসপ্তাহ পূৰ্বৰ তুলনাত প্ৰায় ৪০ শতাংশ অধিক মূল্য ভৰিবলগীয়া হৈছে। উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বেই চেনিৰ দাম বৃদ্ধিয়ে পৰিয়ালসমূহৰ বাজেটত প্ৰভাৱ পেলাইছে। ওনাম আৰু ৰাখীবন্ধনৰ দৰে উৎসৱৰ সময়ত চেনিৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বজাৰত চেনিৰ উপলব্ধতাক লৈও উদ্বেগ বৃদ্ধি […] The post দেশত হঠাৎ বৃদ্ধি চেনিৰ দাম, উৎসৱৰ…

স্কুলত হিজাব পিন্ধাৰ অনুমতি নিদিলে উচ্চ ন্যায়ালয়ে, আবেদন খাৰিজ

ডিজিটেল ডেস্ক, ২৫ আগষ্ট : স্কুলৰ ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ হোৱা এগৰাকী ছাত্ৰীৰ আবেদন খাৰিজ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ দুই বিচাৰপতিৰ বিচাৰপীঠে স্পষ্টভাৱে জনায় যে হিজাব পিন্ধাটো ইছলাম ধৰ্মৰ কোনো বাধ্যতামূলক নিয়ম নহয়। কেৱল ধৰ্ম পালনৰ স্বাধীনতাৰ যুক্তি দেখুৱাই স্কুল ইউনিফৰ্মৰ গুৰুত্ব হ্ৰাস কৰিব নোৱাৰি বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। […] The post…

কাইলৈ অসম প্ৰিমিয়াৰ লীগৰ মেগা ফাইনেল

অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ কাইলৈ হ’ব লগা মেগা ফাইনেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ মুখামুখি হ’ব৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাত এই মেচখন অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ব্ৰেভছে লীগৰ প্ৰথমখন ছেমিফাইনেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছক পাঁচ উইকেটত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হোৱাৰ […] The post কাইলৈ অসম প্ৰিমিয়াৰ লীগৰ মেগা…

সমাগত নিৰ্বাচন : উত্তৰ প্ৰদেশৰ ৫২ নেতাক বুলেটপ্ৰুফ জেকেট প্ৰদান

২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। এক সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু BSPৰ মুৰব্বী মায়াৱতীকে ধৰি ৰাজ্যখনৰ ৫২জন নেতাক বুলেটপ্ৰুফ জেকেট প্ৰদান কৰা হৈছে। এই তালিকাত ৰাজ্য চৰকাৰৰ ১১জন মন্ত্ৰীও আছে। তেওঁলোকৰ ভিতৰত সঞ্জয় নিষাদ, নন্দ গোপাল গুপ্তা আৰু ওম প্ৰকাশ ৰাজভৰৰ […] The post সমাগত নিৰ্বাচন :…

বিদ্যালয় নাই, ভৱন নাই! চৰকাৰী স্কুলৰ ভয়ংকৰ অৱস্থা

ককৰোচ জনতা পাৰ্টি (CJP)-য়ে ৰাজস্থানৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ সময়তে শুকুৰবাৰে ৰাজ্য চৰকাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। চৰকাৰৰ মতে, ৰাজস্থানত মুঠ ৬১১খন চৰকাৰী বিদ্যালয় নিজা ভৱন অবিহনে চলি আছে। বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁথনিৰ বিষয়টো উত্থাপন কৰি ৰাজস্থানৰ বিজেপি চৰকাৰে ইয়াৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক দায়ী কৰে। ৰাষ্ট্ৰীয়…

পিতৃ-মাতৃৰ সন্মুখতে ইঞ্জিনীয়াৰ স্বামীক প্ৰহাৰ কৰি হত্যা… !

ডিজিটেল ডেস্ক, ২২ আগষ্ট : স্বামী-স্ত্ৰীৰ মাজত হোৱা সামান্য কাজিয়াই অৱশেষত ভয়ংকৰ ৰূপ ল’লে। পিতৃ-মাতৃৰ সন্মুখতে এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে পত্নী আৰু শহুৰৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে। এই চাঞ্চল্যকৰ ঘটনা দিল্লীৰ নিহাল বিহাৰ অঞ্চলত সংঘটিত হৈছে। আৰক্ষী সূত্ৰ অনুসৰি, মৃত যুৱকজনৰ নাম বিনয় গুপ্তা। বয়স তেওঁৰ ৩১ বছৰ। নয়ডাত ছফটৱেৰ ইঞ্জিনীয়াৰ […] The post পিতৃ-মাতৃৰ…

সহকাৰী অধ্যাপক নিযুক্তিৰ নিয়মক লৈ তীব্ৰ বিতৰ্ক

বিহাৰত সহকাৰী অধ্যাপক নিযুক্তিৰ নতুন নিয়মক লৈ বিতৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছে। নতুন নিযুক্তি নিয়ম বাতিল কৰাকে ধৰি কেইবাটাও দাবীক লৈ বিহাৰ PhD স্ক’লাৰছ এছ’চিয়েচন আৰু NSUI-য়ে পাটনাত লোকভৱনলৈ মিছিল উলিয়ায়। বিগত ১৯ দিন ধৰি আমৰণ অনশনত থকা PhD ডিগ্ৰীধাৰীসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বীৰকুঁৱৰ সিং পাৰ্কৰ সমীপৰ আৰ ব্লক চৌহদত সমৱেত হৈ চৰকাৰৰ বিৰুদ্ধে […] The post সহকাৰী অধ্যাপক নিযুক্তিৰ…

ইউক্ৰেইনৰ জনাকীৰ্ণ শ্বপিং মলত ৰাছিয়াৰ ভয়ংকৰ ‘ডাবল টেপ’ ড্ৰোন আক্ৰমণ

ডিজিটেল ডেস্ক, ২২ আগষ্ট : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ গৃহ চহৰ ক্ৰিভি ৰিহৰ এটা জনাকীৰ্ণ শ্বপিং মলত ৰাছিয়ান বাহিনীয়ে চলায় এক নৃশংস ‘ডাবল টেপ’ ড্ৰোন আক্ৰমণ। শুকুৰবাৰে (ভাৰতীয় সময়) নিশা সংঘটিত এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি অন্তত: ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩০জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ ভিতৰত কমেও ২৩টি শিশুও […] The post ইউক্ৰেইনৰ জনাকীৰ্ণ শ্বপিং মলত ৰাছিয়াৰ ভয়ংকৰ…

উইকেটৰ বৰষুণ… বলাৰৰ ত্ৰাসত প্ৰথম দিনাই ১৮টা উইকেটৰ পতন

বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰমাজত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম দিনৰ খেল শেষ হোৱালৈকে অষ্ট্ৰেলিয়াই ৮টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰিছে। মেকেত অনুষ্ঠিত এই মেচখনত বাংলাদেশৰ প্ৰথম ইনিংছ মাত্ৰ ৬৪ ৰানতে সমাপ্ত হয়। প্ৰথম দিনটোত এই টেষ্ট মেচখনত মুঠ ১৮টা উইকেটৰ পতন ঘটে। মিচেল ষ্টাৰ্ক আৰু শ্বৰিফুল ইছলামে ত্ৰাস সৃষ্টি কৰে। অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে […] The post উইকেটৰ বৰষুণ… বলাৰৰ ত্ৰাসত প্ৰথম দিনাই…

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ! আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত নতুন ডিজিটেল ব্যৱস্থা

আন্তঃৰাষ্ট্ৰীয় যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে ১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা এক ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। এতিয়াৰে পৰা দেশৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইমিগ্ৰেচন ক্লীয়াৰেন্সৰ বাবে যাত্ৰীসকলে ফিজিকেল ব’ৰ্ডিং পাছ দেখুওৱা বা তাত ইমিগ্ৰেচনৰ ছীল মৰোৱাৰ প্ৰয়োজন নহ’ব। যাত্ৰীসকলে নিজৰ মবাইল ফোনত থকা ই-ব’ৰ্ডিং পাছ দেখুৱায়েই ইমিগ্ৰেচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ, আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সময়ত…

নগৰবেৰাত ড্ৰাগছৰ ৰমৰমীয়া বেহা, মহিলাসহ চাৰিজন আৰক্ষীৰ জালত

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰা হৈছে সন্দেহযুক্ত হেৰ’ইনসহ বিভিন্ন সামগ্ৰী। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে পুৰুষ-মহিলাসহ চাৰিজনকৈ লোকক। নগৰবেৰা থানাৰ অন্তৰ্গত কল্যাণপুৰত যোৱানিশা চলাইছিল এই ড্ৰাগছবিৰোধী অভিযান৷ অভিযানত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহ চক্ৰৰ বহু চাঞ্চল্যকৰ তথ্য। দীৰ্ঘদিনৰ পৰা…

পাঠশালাত অভিনেত্ৰী জুৰি শৰ্মাক ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান

পাঠশালাৰ ভগৱতী ক্ষেত্ৰত শুকুৰবাৰে নিশা আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আৱাহন থিয়েটাৰৰ ২০২৬-২৭ নাট্যবৰ্ষৰ শুভ উদ্বোধন কৰা হয়। অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম আগশাৰীৰ নাট্যদলটোৱে এইবাৰ ৪৭ সংখ্যক নাট্যবৰ্ষত ভৰি দিলে। অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে ফিটা কাটি আৱাহন থিয়েটাৰৰ নাট্যযাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ভাষণত তেওঁ কয় যে অসমৰ…