Hirak Jyoti Kalita
Publishes 1 feed
The CrossCurrent
সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
20 posts · contributor
Lately
প্ৰথম শ্ৰেণীৰ ছাত্ৰ আদিত্যৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি থানাত সোমোৱাই পিতৃ-মাতৃক মাৰপিট আৰক্ষীৰ
দ্য গ্ৰেট এগজিটঃ চৰকাৰী বিদ্যালয় এৰিলে ৫.৭০ লাখ শিক্ষাৰ্থীয়ে
কি নাম দিব এই সংগ্ৰামক? য’ত ছবছৰীয়া আদিত্যলৈও ভয় খায় চৰকাৰে!
বান সাহায্যত দুৰ্নীতিঃ বিজেপি বিধায়কৰ সমষ্টিত সৰ্বাধিক ব্যক্তিয়ে দুবাৰকৈ পালে ১৫ হাজাৰ টকা
Gen-Z-ক মোদী চৰকাৰৰ ‘বিশ্বাসঘাতকতা’! আকৌ CJPৰ প্ৰতিবাদ
উদক ভেটা ৰখীয়াঃ বন্যপ্ৰাণী ব’ৰ্ডত ‘পৰিৱেশবিদ’ সজাই অভিযুক্তক ৰঙা দলিচা চৰকাৰৰ!
মোদীৰ ২০৪৭ৰ বিকশিত ভাৰতলৈ ৰৈ আছে ৮.৭ কোটি অশিক্ষিত, সংস্থাপনহীন, অপ্ৰশিক্ষিত যুৱকৰ দল
গণতন্ত্ৰৰ মন্দিৰত এয়া কিহৰ আখৰা? ৫ মিনিটতে গৃহীত বিধেয়ক, আলোচনা নোহোৱাকৈয়ে পাছ হ’ল ৫৩ শতাংশ বিধেয়ক
সুশান্ত বৰগোঁহাইৰ বিভাগে বানাক্ৰান্তক দিলে নিম্নমানৰ তুলী
চৰকাৰী বিজ্ঞাপন : মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰাইড ইষ্টলৈ তিনি বছৰত ২০ কোটিৰো অধিক টকা
পি এম কেয়াৰ্ছৰ ৮ হাজাৰ কোটিৰ পৰা কিমান পাব অসমে ?
কেন্দ্ৰই মানি নলয় 20 জুলাইৰ দিল্লী আৰক্ষীৰ বৰ্বৰতা; ক’লে – সেইদিনা সংযমী আছিল দিল্লী আৰক্ষী
Everything on this page was read from markup Hirak Jyoti Kalita published — a rel="me" link, an h-card, or the feed’s own author element. Nothing was inferred from anywhere else. To correct or remove it, get in touch. Machine-readable: JSON
